ডেইলি ষ্ট্ৰীক
ষ্ট্ৰীক!
নিয়মিতভাৱে পোষ্ট ক্ৰিয়েট কৰক আৰু জনপ্ৰিয় হৈ পৰক!
উইকলি ষ্ট্ৰীক
1. উইকলি ষ্ট্ৰীক কি?
উইকলি ষ্ট্ৰীক সম্পূৰ্ণ কৰিবলৈ সপ্তাহত কমেও 3টা পোষ্ট ক্ৰিয়েট কৰক
উইকলি ষ্ট্ৰীক স্ক'ৰৰ উদাহৰণ
- প্ৰথম সপ্তাহত কমেও 3টা পোষ্ট ক্ৰিয়েট কৰক, আপোনাৰ উইকলি ষ্ট্ৰীক স্ক'ৰ হ'ব 1
- প্ৰথম আৰু দ্বিতীয় সপ্তাহত কমেও 3টা পোষ্ট ক্ৰিয়েট কৰক, আপোনাৰ উইকলি ষ্ট্ৰীক স্ক'ৰ হ'ব 2
- একেদৰে, একেৰাহে 5 সপ্তাহৰ প্ৰতিটোতে কমেও 3টা পোষ্ট ক্ৰিয়েট কৰক, আপোনাৰ উইকলি ষ্ট্ৰীক স্ক'ৰ হ'ব 5
2. ডেইলি ষ্ট্ৰীক কি?
ডেইলি ষ্ট্ৰীক সম্পূৰ্ণ কৰিবলৈ প্ৰতিদিনে কমেও 1টা পোষ্ট ক্ৰিয়েট কৰক
ডেইলি ষ্ট্ৰীক কি?
- এদিনত কমেও 1টা পোষ্ট ক্ৰিয়েট কৰক, আপোনাৰ ডেইলি ষ্ট্ৰীক স্ক'ৰ হ'ব 1
- প্ৰথম আৰু দ্বিতীয় দিনত কমেও 1টাকৈ পোষ্ট ক্ৰিয়েট কৰক, আপোনাৰ ডেইলি ষ্ট্ৰীক স্ক'ৰ হ'ব 2
- একেদৰে, একেৰাহে 5 দিনৰ প্ৰতিটোতে কমেও 1টা পোষ্ট ক্ৰিয়েট কৰক, আপোনাৰ ডেইলি ষ্ট্ৰীক স্ক'ৰ হ'ব 5
3. মাইলষ্টোন
হিৰো
সেই সপ্তাহত ষ্ট্ৰীক লাভ কৰাৰ বাবে
চুপাৰষ্টাৰ
সোমবাৰৰ পৰা দেওবাৰলৈ 7দিন ধৰি সদায়ে পোষ্ট কৰাৰ বাবে
4. দীঘলীয়া উইকলি/ডেইলি ষ্ট্ৰীক বজাই ৰখাটো কিয় জৰুৰী?
- ইয়ে আপোনাৰ ৰিচ উন্নত কৰা আৰু ভাইৰেল হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে
- আগৰ পৰাই এনগেজ হৈ থকা ইউজাৰসকলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হোৱাত সহায় কৰে
- আত্মীয়তা গঢ়ি তোলা আৰু নতুন ইউজাৰক আকৰ্ষিত কৰা
- অধিক ফলোৱাৰ বৃদ্ধি কৰাত আপোনাক সহায় কৰিব
- আপোনাক আপোনাৰ ক্ৰিয়েচনৰ মানদণ্ড উন্নত কৰাত সহায় কৰিব - আপুনি যিমানেই ক্ৰিয়েট কৰিব, সিমানেই আপুনি প্লেটফৰ্মক ভালদৰে বুজি পাব
- আপোনাৰ বাবে পাৰ্পল/গল্ডেন বেজ পোৱাৰ অধিক সম্ভাৱনা বৃদ্ধি পাব
5. আপোনাৰ উইকলি ষ্ট্ৰীক 0ত কেতিয়া ৰিচেট হ'ব?
- উইকলি ষ্ট্ৰীক বজাই ৰাখিবলৈ, আপুনি প্ৰতিটো সপ্তাহতে নিয়মিত কন্টেন্ট বনাই থাকিব লাগিব আৰু প্ৰতিটো সপ্তাহত সোমবাৰৰ পৰা দেওবাৰৰ ভিতৰত কমেও 3টা পোষ্ট বনাব লাগিব
- যদি আপুনি এটা সপ্তাহত কন্টেন্ট ক্ৰিয়েট নকৰে, তেতিয়া আপোনাৰ উইকলি ষ্ট্ৰীক শূন্যলৈ ৰিচেট হ'ব। অৰ্থাৎ আপুনি শূন্যৰ পৰা পুনৰ ষ্ট্ৰীক আৰম্ভ কৰিব লাগিব
- যিবোৰ পোষ্টে শ্বেয়াৰচাটৰ কমিউনিটি গাইডলাইন মানি চলে আৰু ক্ৰিয়েটৰৰ দ্বাৰা ডিলিট কৰা নহয়, সেইবোৰকহে কেৱল ষ্ট্ৰীকৰ বাবে বিবেচনা কৰা হ'ব
6. আপোনাৰ ডেইলি ষ্ট্ৰীক 0লৈ কেতিয়া ৰিচেট হ'ব?
- প্ৰতিদিনে কমেও 1টা উন্নত মানৰ কন্টেন্ট পোষ্ট কৰক। যদি আপুনি এদিনো কন্টেন্ট ক্ৰিয়েট কৰাত বিফল হয় তেতিয়া আপোনাৰ ডেইলি ষ্ট্ৰীক শূন্যলৈ ৰিচেট হ'ব। অৰ্থাৎ আপুনি শূন্যৰ পৰা পুনৰ ষ্ট্ৰীক আৰম্ভ কৰিব লাগিব
- যদি আপুনি আজি ক্ৰিয়েট কৰা পোষ্টটো ডিলিট কৰে তেন্তে আজিৰ দিনটোত আপোনাৰ নেট পোষ্টৰ সংখ্যা 0 হৈ যাব। অৰ্থাৎ আপোনাৰ ষ্ট্ৰীক স্ক'ৰ 0 লৈ ৰিচেট হ'ব।
7. উইকলি ষ্ট্ৰীকৰ বাবে কি সময়সীমা বিবেচনা কৰা হয়?
- সোমবাৰৰ পৰা দেওবাৰ
8. যদি আপুনি কোনো সপ্তাহত ক্ৰিয়েট কৰিবলৈ পাহৰি যায়, তেতিয়া কি হ'ব?
- আপোনাৰ উইকলি ষ্ট্ৰীক শূন্যলৈ ৰিচেট হ'ব। আপুনি 3টা নতুন কন্টেন্ট ক্ৰিয়েট কৰি পুনৰ ষ্ট্ৰীক আৰম্ভ কৰিব পাৰিব
- যদি আপুনি ষ্ট্ৰীক মিছ কৰে, তেন্তে যিমান সম্ভৱ সোনকালে 3টা নতুন কন্টেন্ট পোষ্ট কৰক আৰু ষ্ট্ৰীক আৰম্ভ কৰক
9. প্ৰতি সপ্তাহত আপোনাৰ উইকলি ষ্ট্ৰীক বচাবলৈ আপুনি কিমানটা পোষ্ট কৰিব লাগিব?
- কমেও এটা সপ্তাহত 3টা পোষ্ট
10. মই প্ৰতিদিনে 3টাকৈ কন্টেন্ট পোষ্ট কৰি আছো, মই কি কৰা উচিত?
- আপুনি ইতিমধ্যে ভাল কৰি আছে, এয়া অব্যাহত ৰাখক। প্ৰতিটো সপ্তাহতে নিৰন্তৰতা বজাই ৰখাৰ চেষ্টা কৰক।
আপোনাৰ ষ্ট্ৰীক বজাই ৰখাৰ বাবে কিছুমান পৰামৰ্শ
আপোনাৰ স্থান বিচাৰি লওক আৰু তাৰ সৈতে নিৰন্তৰতা বজাই ৰাখক
আকৰ্ষণীয় কন্টেন্ট কেম্পেইন আৰু আইডিয়া লাভ কৰিবলৈ নিয়মীয়াকৈ 'ক্ৰিয়েটৰ হাব' চেক কৰক
প্ৰতিদিনে এক্সপ্লোৰ পেজ চেক কৰক আৰু ট্ৰেণ্ডিং #Hashtag চেলেঞ্জত অংশগ্ৰহণ কৰক
নিয়মীয়াকৈ নতুন মোশ্বন ভিডিঅ' টেমপ্লেটবোৰ চেক কৰক আৰু সেইবোৰ ব্যৱহাৰ কৰি ক্ৰিয়েট কৰক
Note: *উইকলি আৰু ডেইলি দুয়োটা ষ্ট্ৰীক স্ক'ৰ 4 এপ্ৰিল (সোমবাৰ), 2022-ৰ পৰা গণনা কৰা আৰম্ভ হৈছে